আনন্দৰাম বৰুৱা।Anandaram Baruah

আনন্দৰাম বৰুৱা (Anandaram Baruah) আছিল অসমৰ প্ৰথম স্নাতক, প্রথম বেৰিষ্টাৰ, প্রথম আই চি এছ বিষয়া, সংস্কৃত পণ্ডিত আৰু লেখক। আনন্দৰাম বৰুৱাই

Read More

আনন্দচন্দ্ৰ বৰুৱা।Anandachandra Baruah

আনন্দচন্দ্ৰ বৰুৱা  (Anandachandra Baruah) এজন অসমীয়া কবি আৰু নাট্যকাৰ আছিল । তেওঁ ‘বকুলবনৰ কবি’ নামেৰে খ্যাত। 

১৯০৭ চনৰ ৩১ ডিচেম্বৰত মৰাণৰ খুমটাই বাগিচাত আনন্দচন্দ্ৰ

Read More

মানিক লাল ভৌমিক

মানিক লাল ভৌমিক মানিক লাল ভৌমিক অসমৰ বৰপেটাৰোড নিৱাসী এজন কবি, ঔপন্যাসিক, অনুবাদক, মানৱতাবাদী, সমাজ সেৱক আৰু সাহিত্য-সংস্কৃতিৰ পৃষ্ঠপোষক। মানিক লাল ভৌমিকৰ জন্ম হয় ১৯৫৯ চনৰ ৪ জানুৱাৰীত অসমৰ নগাওঁ জিলাৰ হোজাইত। পিতৃৰ নাম বিনোদ বিহাৰি ভৌমিক আৰু মাতৃৰ নাম সত্যভামা দেৱী।  মানিক লাল ভৌমিক অসমৰ বিভিন্ন ঠাইত শিক্ষা লাভ কৰি ১৯৮১ চনত পাঠশালা নৱকল্প হাই স্কুলত শিক্ষকতাৰ চাকৰিত সোমায়। ইয়াৰ পিছত ১৯৮৫ চনত ভাৰতীয় ষ্টেট বেংকৰ চাকৰিত সোমাই বিভিন্ন […]

Read More

হাবিল উদ্দিন

হাবিল উদ্দিন হাবিল উদ্দিন হৈছে অসমৰ এজন নিৰক্ষৰ প্ৰতিবাদী কবি। হাবিল উদ্দিনৰ জন্ম হয় ১৯৭০ চনত বৃহত্তৰ কলগাছীয়া অঞ্চলৰ গুনিয়ালগুৰি গাওঁত। পিতৃৰ নাম হবিবৰ ৰহমান আৰু মাতৃৰ নাম আকলিমা খাতুন। আৰ্থিক দৈন্যতাৰ বাবে স্কুলীয়া শিক্ষাৰ পৰা বঞ্চিত হোৱা হাবিল উদ্দিনে সৰু কালৰ পৰাই মুখে মুখে কবিতা ৰচনা কৰি ভাল পায়। তেওঁ অসমীয়া, বাংলা আৰু হিন্দী ভাষাত কবিতা ৰচনা কৰে। ১৯৯৮ চনত তেওঁ মফিদা খাতুনৰ লগত বিবাহ পাশত আবদ্ধ হয়। বৰ্তমান […]

Read More

ইছমাইল হোছেইন-চমু পৰিচয় । Ismail Hossain

জীৱন পথিক ৰাহুল সাংস্কৃত্যায়ন (১৯৯৪),  ছফদৰ হাচমী আৰু বাটৰ নাট (১৯৯৪),  হিন্দু-মুছলামান প্ৰশ্ন: সমন্বয় আৰু সংঘাত (১৯৯৪),  অসমৰ জাতীয় জীৱন আৰু অভিবাসী অসমীয়া মুছলমান (১৯৯৮),  সাহিত্যত সাম্প্ৰদায়িকতা আৰু ৰবীন্দ্ৰনাথ (১৯৯৮),  গো-হত্যা আৰু সাম্প্ৰদায়িকতা (১৯৯৮),  সংহতিৰ সন্ধানত

Read More

অমৃতভূষণ দেৱ অধিকাৰী-চমু পৰিচয়

অমৃতভূষণ দেৱ অধিকাৰী-চমু পৰিচয় অমৃতভূষণ দেৱ অধিকাৰী এজন অসমীয়া সাহিত্যিক আৰু সমাজকর্মী আছিল। তেওঁৰ জন্ম হয় ১৮৫৮ চনত গোৱালপাৰাৰ দলগোমাত। পিতৃৰ নাম কণ্ঠভূষণ দেৱ আৰু মাতৃৰ নাম আকাশীলতা দেৱী। স্নাতক মহলা পৰ্যন্ত পঢ়িছিল যদিও আৰ্থিক অনাটনৰ বাবে শিক্ষা সম্পূৰ্ণ কৰিব নোৱাৰি যোৰহাটত শিক্ষকৰূপে কৰ্মজীৱন আৰম্ভ কৰে আৰু বিভিন্ন ঠাইত শিক্ষকতা কৰি অৱসৰ লয়।  তেওঁ ‘বাঁহী’ আৰু ‘আৱাহন’ আলোচনীত  নিয়মীয়াকৈ লিখিছিল। তেওঁৰ  প্ৰকাশিত পুথি হ’ল: ‘শ্ৰীমদ্বনামঘোষা’। তদুপৰি ‘ভক্তি ৰত্নাৱলী’ নামৰ এখন […]

Read More

অতুল চন্দ্ৰ বৰুৱা-চমু পৰিচয়

অতুল চন্দ্ৰ বৰুৱা-চমু পৰিচয় অতুল চন্দ্ৰ বৰুৱা এজন অসমীয়া প্ৰৱন্ধকাৰ আৰু সাহিত্য সমালোচক। তেওঁৰ জন্ম হয় ১৯১৬ চনৰ ২৯ মে’ত দৰং জিলাৰ মাৰৈ গাঁৱত । পিতৃৰ  নাম  ভোগৰাম বৰুৱা আৰু মাতৃৰ নাম  প্ৰমিলা বৰুৱা। স্থানীয় বিদ্যালয় এখনত প্ৰাথমিক শিক্ষা লাভ কৰি কটন কলেজ আৰু কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে স্নাতক আৰু¸ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰি ক্ৰমে বিভিন্ন প্ৰশাসনিক পদত কাৰ্যনিৰ্বাহ কৰি ১৯৭৪ চনত কামৰূপ জিলাৰ অতিৰিক্ত […]

Read More

তালেবৰ ৰহমান-চমু পৰিচয়

তালেবৰ ৰহমান-চমু পৰিচয়  তালেবৰ ৰহমান (১৯৬০—) এজন অসমীয়া আদৰ্শ শিক্ষক, সক্ৰিয় সমাজকৰ্মীআৰু মানৱতাবাদী সাহিত্যিক। তেওঁৰ জন্ম হয় অসমৰ বৰেপটা জিলাৰ বেতবাৰী গাওঁত এটি দুখীয়া কৃষক পৰিয়ালত। পিতাকৰ নাম আছিল কাজল মিয়া আৰু মাতৃৰ নাম আছিল আজিৰণ নেছা। আৰ্থিক দৈন্যতাৰ মাজত বহু কষ্টৰ মাজেদি ১৯৭৬ ভবানীপুৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা হাই স্কুলশিক্ষান্ত পৰীক্ষা পাচ কৰে।  ১৯৭৯ চনত বি. বি. কলেজৰ পৰা উচ্চতমৰ মাধ্যমিক পৰীক্ষাত উত্তীর্ণ হৈ কমপলুৰ মধ্য ইংৰাজী বিদ্যালয়ত শিক্ষকতাৰ […]

Read More

আজান ফকিৰ। Ajan Phakir ।Ajan Fair

আজান ফকিৰ —চমু পৰিচয় আজান ফকিৰ হৈছে এজন ইছলামধৰ্মী সাধু লোক। তেওঁ সপ্তাদশ শতিকাৰ আদি ভাগত ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে আৰবদেশৰ পৰা আৰু কোনো কোনোৰ মতে ভাৰতৰ আজমীৰৰ পৰা অসমলৈ আহে।  বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাৰ মতে  ৰূপাই দা-ধৰা নামেৰে এজন লোকৰ চক্ৰান্তত সেই সময়ৰ আহোমৰজা গদাধৰ সিংহই আজান ফকিৰৰ চকু কাড়ে । পাছত তেওঁৰ ধৰ্মৰ মাহাত্ম্য বুজিব পাৰি দিখৌমুখৰ সৰাগুৰি চাপৰিত মাটি-বৃত্তি  দি থাকিবলৈ দিয়ে। তাতেই আজান ফকিৰে ইহলীলা সম্বৰণ কৰে। […]

Read More