জতুৱা ঠাঁচ আৰু খণ্ডবাক্য

জতুৱা ঠাঁচ আৰু খণ্ডবাক্য 

কোনো শব্দই যেতিয়া কোনো ধাতুৰ লগত লগলাগি ইয়াৰ আক্ষৰিক অৰ্থতকৈ বেলেগ বা সুকীয়া অৰ্থ প্ৰকাশ কৰে, তেতিয়া তাক জতুৱা ঠাঁচ (Idiom) বুলি কোৱা হয়।

Read More

বাক-সংহতি | One Word Substitution

বাক-সংহতি | One Word Substitution

কেতিয়াৱা কেতিয়াৱা আমি কোনো বাক্যৰ পৰিৱৰ্তে এটা শব্দ ব্যৱহাৰ কৰি অৰ্থ প্ৰকাশ কৰিব পাৰো। এনেদৰে বাক্য সংক্ষেপ কৰি এটা শব্দত প্ৰকাশ কৰাকে বাক-সংহতি (One Word Subsitution) বোলে ।

Read More

প্ৰতিশব্দ বা সমাৰ্থক শব্দ | Synonym

প্ৰতিশব্দ বা সমাৰ্থক শব্দ | Synonym

ভাষা এটিত এনে বহুত শব্দ থাকে যিবোৰ অৰ্থৰ পিনৰ পৰা প্ৰায় সমধৰ্মীয়। এনে সমধৰ্মীয় বা প্ৰায় একে অৰ্থ থকা শব্দবোৰক প্ৰতিশব্দ  বা  সমাৰ্থক শব্দ বা  একার্থবোধক শব্দ (Synonym) বোলা হয়।

Read More

অনুৰূপ  আৰু  অনুকাৰ  শব্দ

অনুৰূপ  আৰু  অনুকাৰ  শব্দ

আমি জানো যে দুটা বা ততোধিক বৰ্ণ (আখৰ) লগলাগি শব্দৰ সৃষ্টি হয়। প্ৰতিটো শব্দই একো একোটা অৰ্থ বহন কৰে। ভাষা এটিত নানান ধৰণৰ

Read More

যতি চিন |Punctuation

যতি চিন |Punctuation

আমি কথা পাতোতে বা লিখোতে আমাৰ বক্তব্য অধিক বোধগম্য আৰু অৰ্থবহ কৰি তুলিবৰ বাবে মাজে মাজে বিৰতি লওঁ। সেই বিৰতি কেতিয়াবা কম সময়ৰ বাবে হয় আৰু কে

Read More

বাচ্য । Voice

বাচ্য । Voice

‘বাচ্য’ বুলিলে কথা, উক্তি বা বক্তব্যক বুজোৱা হয়। বাক্য একোটাত ক্ৰিয়াই মুখ্য স্থান দখল কৰে আৰু ক্ৰিয়াৰ লগত বাক্যত থকা আন আন পদৰ সংগতি থাকে।  বাক্যত ক্ৰিয়াই কেতিয়াবা কৰ্তাৰ বিষয়ে

Read More

ষত্ব বিধি

ষত্ব বিধি

‘নত্ব বিধি’য়ে যিদৰে দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’লৈ ৰূপান্তৰ হোৱাৰ বিধি বা নিয়মক বুজায়, সেইদৰে অসমীয়া ভাষাত বহু ক্ষেত্ৰত দন্ত্য ‘স’ মূৰ্দ্ধণ্য ‘ষ’লৈ ৰূপান্তৰ হয়।

Read More

ণত্ব বিধি

ণত্ব বিধি

 অসমীয়া ভাষাত দন্ত্য ‘ন’ আৰু মূৰ্দ্ধণ্য ‘ণ’ৰ ব্যৱহাৰৰ কিছুমান বিধি বা নিয়ম আছে যিবোৰ অনুসৰণ কৰি কোনো শব্দত ‘ন’ হ’বনে ‘ণ’ হ’ব সেয়া স্থিৰ কৰা হয়। সেই বিধিসমূহকে ‘ণত্ব বিধি’ বুলি কোৱা হয়।

Read More

উপসৰ্গ

উপসৰ্গ এক প্ৰকাৰ অব্যয়।  ইহঁতে নিজে কোনো অৰ্থ প্ৰকাশ কৰিব নোৱাৰে যদিও  ধাতুৰ আগত বহি বিভিন্ন অৰ্থ প্ৰকাশ কৰিব পাৰে। অৰ্থাৎ উপসৰ্গ হৈছে এবিধ অব্যয় যি কোনো ধাতুৰ আগত বহি ভিন ভিন অৰ্থ প্ৰকাশ কৰে।

Read More