অধ্যৱসায় মনত লুকাই থকা  প্রতিজ্ঞাৰ ফল —ভাব সম্প্ৰসাৰণ

অধ্যৱসায় মনত লুকাই থকা  প্রতিজ্ঞাৰ ফল —ভাব সম্প্ৰসাৰণ। কোনো কাম এবাৰতে নোৱাৰিলে তাক কৰিবলৈ এৰি  নিদি সিদ্ধি লাভ নকৰালৈকে বাৰে বাৰে চেষ্টা কৰি যোৱাকে ‘অধ্যাৱসায়’ বোলে। কিন্তু এই অধ্যাৱসায় গুণটো সকলো মানুহৰ নাথাকে। অৰ্থাৎ অধ্যাৱসায়ৰ মূল্য বা তাৎপৰ্য সকলোৱে অনুধাৱন কৰিব নোৱাৰে। এই অধ্যৱসায় মনৰ দৃঢ়তা  অৰ্থাৎ প্ৰতিজ্ঞাৰ ফল। অৰ্থাৎ কোনো কাম কৰিমেই বুলি মন  দৃঢ়  কৰি কামত আগবাঢ়ি যোৱাই প্ৰতিজ্ঞা। যিসকল লোকে  প্ৰতিজ্ঞাত অলৰ-অচৰ সেইসকল লোকে জীৱনত সফল হ’ব পাৰে। উদাহৰণস্বৰূেপ টামচ […]

Read More