অনন্ত  বিশ্বৰ এই অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই — ভাব সম্প্ৰসাৰণ

অনন্ত  বিশ্বৰ এই অসংখ্য ধূলিৰ এটি মাত্ৰ ধূলিকণা মই — ভাব সম্প্ৰসাৰণ    এই বিশাল বিশ্বত অসংখ্য গ্ৰহ, নক্ষত্ৰ, জীৱ-জন্তু, চৰাই-চিৰিকতি ইত্যাদি আছে। সেই সকলো বস্তু বা জীৱ-জন্তুৰ মাজত মানুহ হৈছে অতি নগন্য এটি জীৱ। অৰ্থাৎ অসংখ্য জীৱৰ মাজত মানুহ এটি ধূলিকণা সদৃশ।  এই বিশাল বিশ্বৰ বুকুৰ পৰা কোনোৱা ব্যক্তি মৰি গ’লে বা নাইকীয়া হৈ গ’লে বিশ্বৰ অকনো ক্ষতি নহয়, বিশ্বৰ নীতি-নিয়মৰো অকনো হেৰ-ফেৰ নহয়। গ্ৰহ-নক্ষত্ৰবোৰে  নিজ নিজ ধৰ্ম মতে নিজ নিজ  কক্ষপথত ঘূৰি […]

Read More