নলিনীবালা দেৱী।Nalilibala Devi

নলিনীবালা দেৱী–চমু পৰিচয় নলিনীবালা দেৱী (১৮৯৮- ১৯৭৭) হৈছে অসমীয়া ভাষাৰ এজনী অতিন্দ্ৰীয় ৰহস্যবাদী (আধ্যাত্মিক) কবি। তাইৰ জন্ম হয় অসমৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈয়ৰ ঔৰষত গুৱাহাটীত। নিচেই সৰু কালতে তাইৰ বিয়া হয়। উনৈশ বছৰ বয়সত তাইৰ স্বামীৰ বিয়োগ হয়। ইয়াৰ পিছত দুটি সন্তানকো হেৰুৱায়। স্বামী আৰু সন্তান হেৰুৱা বেদনাত তাইৰ হৃদয়-মন ব্যথিত হৈ উঠাত তাই ঘৰতে বাংলা আৰু সংস্কৃত সাহিত্য অধ্যয়ন কৰিবলৈ লয় আৰু লগে লগে কাব্য সাধনাত ব্রতী হয়। তেওঁৰ সৰহভাগ কবিতাতে […]

Read More