কুলেন্দু পাঠক।Kulendu Pathak

কুলেন্দু পাঠক–চমু পৰিচয়  কুলেন্দু পাঠক  এজন বিজ্ঞান বিষয়ক লিখক আৰু গৱেষক। তেওঁৰ জন্মস্থান নগৰেবৰা। ১৯৬৫ চনত কটন কলেজত পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰে। ‘নিউক্লিয় মৌলিক কণিকা বিজ্ঞান’ সম্পৰ্কীয় গৱেষণাৰ বাবে  তেওঁ ইংলেণ্ডৰ বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট  ডিগ্ৰী লাভ কৰে। বিজ্ঞানৰ অগ্ৰগতি, বিজ্ঞান শিক্ষা, পাৰিৱেশিক সমস্যা আদিৰ বিষয়ে তেওঁ বিভিন্ন আলোচনীত বহুতো জনপ্ৰিয়, তথ্যপূৰ্ণ আৰু  তত্ত্বগধূৰ প্ৰৱন্ধ লিখিছে। ‘বিজ্ঞান আৰু সভ্যতা’ (প্ৰথম আৰু দ্বিতীয় খণ্ড), ‘অসমীয়া বিজ্ঞান সাহিত্য’ আদি […]

Read More