অসমীয়া ভাষা-সাহিত্য জগতত প্রথম । First in Assamese Language and Literature

অসমীয়া ভাষা-সাহিত্য জগতত প্রথম   বিষয় ………………………………….. ব্যক্তি প্ৰথম অসমীয়া চৰিত পুথিৰ লেখক ……… দৈত্যাৰি ঠাকুৰ। প্ৰথম অসমীয়া জ্যোতিষ শাস্ত্ৰৰ পুথি ……… ‘জ্যোতিষ পুথি’। প্ৰথম অসমীয়া ছপা বুৰঞ্জী ……… কাশীনাথ তামুলী ফুকনৰ ‘আসাম বুৰঞ্জী’। প্ৰথম অসমীয়া ছপা উপন্যাস ……… পদ্মনাথ গোহাঞি বৰুৱাৰ ‘লাহৰী’। প্ৰথম অসমীয়া চুটিগল্প লিখক ……… লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া কথা-কবিতা ৰচয়িতা ……… যতীন্দ্ৰনাথ দুৱৰা। প্ৰথম অসমীয়া গদ্য ৰচক ……… ভট্টদেৱ। প্ৰথম অসমীয়া কবিতা পুথি ……… হেম স্বৰস্বতীৰ […]

Read More