অসমৰ হস্ত-শিল্প কুইজ।Assam Handicraft Quiz

অসমৰ হস্ত শিল্প কুইজ  প্রঃ ‘হস্তশিল্প’  বুলিলে কি বুজা ? উঃ ঘৰুৱা পৰিৱেশত সাধাৰণ সঁজুলিৰ সহায়ত হাতেৰে সা-সামগ্ৰী তৈয়াৰ কৰা  শিল্পক ‘হস্তশিল্প’ বোলে। প্রঃ বাঁহেৰে নিৰ্মিত ৰাজ্যখনৰ গৌৰৱময় প্রতীকটো কি ? উঃ জাপি। প্রঃ বিবাহিতা মহিলাই অসমত কিহৰ খাৰু পিন্ধে ? উঃ শঙ্খৰ খাৰু। প্রঃ অসমীয়া সমাজত তামোল পাণেৰে আদৰণি জনাবৰ বাবে ব্যবহৃত হোৱা পাত্ৰটোক কি বুলি কোৱা হয় ? উঃ শৰাই। প্রঃ ধাৰাৰ অসমীয়া স্থানীয় নাম কি ? উঃ কঠ। প্রঃ গুৱাহাটীৰ আমবাৰীস্থ […]

Read More