অসম বুৰঞ্জী তথ্য। Assam History Data

অসম বুৰঞ্জী তথ্য   প্রঃ ‘বুৰঞ্জী’ শব্দৰ অৰ্থ কি ? উঃ  নজনা কথাৰ ভঁৰাল। প্রঃ কুৰুক্ষেত্র  যুদ্ধত অংশ গ্ৰহণ কৰা প্রাগজ্যোতিষপুৰৰ ৰজাজন কোন আছিল ? উঃ  ভগদত্ত । প্রঃ  কামৰূপ ৰাজ্যত বৰ্মণ বংশৰ প্রতিষ্ঠাতা  কোন ? উঃ  পুষ্য বৰ্মণ। প্রঃ  বৰ্মণ বংশৰ শ্রেষ্ঠ ৰজাজন কোন আছিল ? উঃ  ভাস্কৰ বৰ্মণ। প্রঃ  যোগিনীতন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্য কেই ভাগত বিভক্ত আছিল ? উঃ  ৪ ভাগত। প্রঃ  কিমান চনত ভাস্কৰ বৰ্মণ প্রাগজ্যোতিষ […]

Read More