ত্ৰৈলোক্যনাথ গোস্বামী।Troilokyanath Goshwami

ত্ৰৈলোক্যনাথ গোস্বামী–চমু পৰিচয় ত্ৰৈলোক্যনাথ গোস্বামী (১৯০৬-১৯৮৮) অসমৰ এজন বিশিষ্ট গল্পকাৰ আৰু সমালোচক। তেওঁৰ জন্ম হয় নলবাৰী সত্ৰত। তেওঁ শিক্ষা সাং কৰি নলবাৰী কলেজৰ অধ্যক্ষ হয়। তেওঁ ‘আৱাহন’ আলোচনীৰ পাতত গল্প লিখা আৰম্ভ কৰি কেইবাখনো গল্প পুথি প্ৰকাশ কৰে যেনে- অৰুণা, শিল্পীৰ জন্ম, জীৱনৰ জীয়া জুই আদি। তেওঁৰ গল্পসমূহত দাৰিদ্ৰপীড়িত  আৰু অৱহেলিত লোকৰ বেদনাৰ ছবি অংকিত হৈছে। ত্ৰৈলোক্যনাথ গোস্বামীদেৱৰ ভাষা সমৃদ্ধশালী।  তেওঁ কেইবাখনো তাত্ত্বিক আৰু সমালোচনাত্মক গ্ৰন্থও ৰচনা কৰিছে, যেনে- সাহিত্য আলোচনা, আধুনিক […]

Read More