মাধৱদেৱ।Madavdev । Madabdev

 মাধৱদেৱ —চমু পৰিচয় মাধৱদেৱ  হৈছে অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক মহাপুৰুষ শ্ৰীশ্ৰী শংকৰদেৱৰ প্ৰধান শিষ্য আৰু এজন বৈষ্ণৱী সাহিত্যিক। তেওঁৰ জন্ম হয় লক্ষীমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত ১৪৮৯ চনত। তেওঁ গোটেই জীৱন চিৰকুমাৰী হিচাপে কটাই গুৰু শ্ৰী শংকৰদেৱৰ লগত ছায়াৰ দৰে থাকি অসমত নৱ বৈষ্ণৱ ধৰ্ম প্ৰচাৰত বিশেষ ভূমিকা গ্ৰহণ কৰে।  তেওঁৰ সাহিত্য কৰ্মৰ ভিতৰত ‘নামঘোষা’ গ্রন্থখন শ্রেষ্ঠ। তেওঁৰ আন আন ৰচনা সমূহ হ’ল: আখ্যানমূলক ৰচনা: আদিকাণ্ড ৰামায়ণ, ৰাজসূয় কাব্য। তত্ত্বমূলক […]

Read More