নৱকান্ত বৰুৱা।Navakanta Baruah। Nabakanta Barua

নৱকান্ত বৰুৱা–চমু পৰিচয় নৱকান্ত বৰুৱা (১৯২৬-২০০২) বিংশ শতাব্দীৰ এজন লেখতলবলগীয়া অসমীয়া কবি, ঔপন্যাসিক  আৰু শিশু সাহিত্যিক। তেওঁৰ জন্ম হয় গুৱাহাটীত। তেওঁ স্কুলীয়া শিক্ষা নগাওঁত শেষ কৰি শান্তি নিকেতনৰ পৰা বি. এ. আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। নৱকান্ত বৰুৱাই শিক্ষা সমাপ্ত কৰি জগন্নাথ মহাবিদ্যালয়ত কৰ্ম জীৱনৰ পাতনি মেলি কটন মহাবিদ্যালয়ত সুদীৰ্ঘ কাল অধ্যাপনা কৰি উপাধ্যক্ষৰ পদবীৰে কৰ্মজীৱনৰ সামৰণি মাৰে। ছাত্ৰ অৱস্থাৰ পৰাই সাহিত্যৰ প্ৰতি ঢালখোৱা […]

Read More