কেশৱ মহন্ত। Keshab Mahanta

কেশৱ মহন্ত –চমু পৰিচয় কেশৱ মহন্ত (১৯২৬-২০০৬) এজন অসমীয়া প্ৰগতিশীল কবি আৰু গীতিকাৰ। তেওঁ জামুগুৰিহাট হাই স্কুলত শিক্ষক হিচাপে কৰ্ম  জীৱন আৰম্ভ কৰে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া হিচাপে অৱসৰ লয়। তেওঁৰ প্ৰথম কবিতা পুথি ‘আমাৰ পৃথিৱী’। তেওঁৰ অন্যান্য কবিতা পুথিসমূহ হ’ল – আগন্তুক, তোমাৰ তেজ, মোৰ শুকান কলিজাত কুঁহিপাত, ৰ’দ চিকিমিকি, কুঁৱলী আঁতৰি যা, দিশ ধৱলী বৰণ, বকুত এজাক ধুমুহা  আদি । ‘মোৰ যে কিমান হেঁপাহ‘ তেওঁৰ দ্বাৰা ৰচিত গীতৰ সংকলন।  এই পুথিখনৰ […]

Read More