আঠুৱা চাই ঠেং মেলা —ভাব সম্প্রসাৰণ

আঠুৱা চাই ঠেং মেলা —ভাব সম্প্রসাৰণ সামৰ্থ অনুসৰি কাম কৰাৰ  প্ৰসংগত উপদেশৰ সুৰত উক্ত প্ৰবচনফাঁকিৰ উদ্ধৃতি দিয়া হয়। আমি ৰাতি শুবৰ সময়ত ম’হৰ উৎপাতৰ পৰা ৰক্ষা পাবলৈ আঠুৱা মেলি লও। আঠুৱাৰ ৰ্দ্ঘৈৰ এক সীমা আছে। আমি আঠুৱাৰ ভিতৰত থাকিলেহ ম’হৰ উৎপাতৰ পৰা ৰক্ষা পাব পাৰি। যদি আঠুৱাটো সৰু হয় তেন্তে আমি ঠেং মেলিলে আঠুৱাৰ বাহিৰলৈ ওলাই  যাব আৰু তেতিয়া আমাক মহে কামুৰিব। সেয়ে আঠুৱা সৰু হ’লে আমি সেইমতে ঠেং মেলিলে […]

Read More