যতীন্দ্ৰনাথ দুৱৰা।Jatindranath Duwara

যতীন্দ্ৰনাথ দুৱৰা–চমু পৰিচয় যতীন্দ্ৰনাথ দুৱৰা (১৮৯২-১৯৬৪) আছিল এজন অসমীয়া কবি আৰু অসমীয়া ভাষাত প্ৰথম কথা কবিতাৰ ৰচয়িতা। তেওঁৰ জন্ম হয় ১৮৯২ চনত শিৱসাগৰৰ আমোলাপট্টিত। ১৯০৯ চনত তেওঁ শিৱসাগৰ চৰকাৰী উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা  প্ৰৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ  হয়। উচ্চ শিক্ষাৰ্থে তেওঁ কটন কলেজত ভর্তি  হৈছিল যদিও পিছত কলিকতালৈ গৈ স্কটিছ চাৰ্চ কলেজৰ পৰা  বি. এ. পাছ কৰে। তাৰ পিছত আইন আৰু এম. এ. শিক্ষা আধাতে সামৰি শিৱসাগৰলৈ উভতি আহে। ডিব্ৰুগড়ৰ জৰ্জ […]

Read More