ফণী তালুকদাৰ। Fani Talukdar

ফণী তালুকদাৰ–চমু পৰিচয় ফণী তালুকদাৰ (১৯২১- ১৯৯৮) অসমৰ এগৰাকী সুদক্ষ বিষয়া, সংবাদসেৱী, নাট্যকাৰ, প্ৰৱন্ধকাৰ, অনুবাদক আৰু চলচ্চিত্ৰ পৰিচালক আছিল। তেওঁৰ জন্ম হয় বৰেপটাত। ১৯৩৭ চনত বৰপেটা  চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাচ কৰি কটন কলেজৰ পৰা বি. এ. আৰু লক্ষনৌ বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰে।  তেওঁ কৰ্ম জীৱনৰ পাতনি মেলে শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহীৰূপে । ১৯৬৫ চনত এই পদৰ পৰা অৱসৰ গ্ৰহণ কৰি ‘দৈনিক […]

Read More