‘ন-দিগন্ত‘ আলোচনী জানুৱাৰী, ২০১৯ সংখ্যাৰ বাবে লিখনি আহ্বান

গ্ৰুহিলচ পাব্লিশিং লিখক সমিতিৰ শেহতীয়া সিদ্ধান্ত মৰ্মে নতুন আৰু পুৰণি লিখক-লিখিকাসকলৰ সৃষ্টিশীল প্ৰতিভা উন্মোচন তথা বিকাশৰ বাবে  ‘ন-দিগন্ত’ শিৰোনামেৰে এটি Electronic আলোচনী প্ৰকাশ কৰিবলৈ লোৱা  লৈছে। ইয়াৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যা প্ৰকাশ পাব নতুন বছৰ ২০১৯ চনৰ জানুৱাৰীত ।  সেয়ে আলোচনীখনলৈ ন-পুৰণি লিখক লিখিকাসকলক বিভিন্ন ধৰণৰ লিখনি যেনে: কবিতা, গল্প, উপন্যাসিকা, জীৱনী, ভ্ৰমণ কাহিনী, অনুবাদ কবিতা, ৰস ৰচনা, কৌতুক, সাঁথৰ ইত্যাদি জানুৱাৰী ৫, ২০১৯ ৰ ভিতৰত পঠাবলৈ গোঁহাৰি জনোৱা হ’ল। লিখনি পঠোৱাৰ […]

Read More