সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ  খাবলৈ আশা কৰা মিছা —ভাব সম্প্রসাৰণ 

সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ  খাবলৈ আশা কৰা মিছা —ভাব সম্প্রসাৰণ   ‘সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ  খাবলৈ আশা কৰা মিছা’: কথাষাৰ অসমীয়া ভাষাত সময়ৰ উপযুক্ত ব্যৱহাৰৰ বিষয়ে সচেতন কৰিবলৈ সততে কোৱা শুনিবলৈ পোৱা যায়। শৰ মানে কাঁড়। ইয়াক ধেনুত গুণ লগাই জীৱ-জন্তু নিধন কাৰ্যত ব্যৱহাৰ কৰা হয়। শৰপহু হ’ল একশ্ৰেণীৰ তীব্ৰ বেগী পহু। ইয়াৰ মঙহ  খাবলৈ সোৱাদ। সেই সোৱাদ লগা মঙহ  খাবলৈ হ’লে আমি পহুৰ গতিৰ বেগতকৈ অধিক বেগত ইয়াৰ […]

Read More