হেম বৰুৱা।Hem Baruah

হেম বৰুৱা–চমু পৰিচয় হেম বৰুৱা (১৯১৫- ১৯৭৭) এজন অসমীয়া ৰাজনীতিবিদ, কবি তথা সাহিত্যিক। তেওঁৰ জন্ম হয় তেজপুৰত। তেওঁ তেজপুৰ চৰকাৰী হাই স্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা পাছ কৰি, কটন কলেজৰ পৰা বি. এ. আৰু কলিকতা বিশ্ববিদ্যালয়ৰ  পৰা এম. এ. পাছ কৰে। ১৯৪০ চনত যোৰহাট কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰে।  তেখেতে ‘পছোৱা’ আলোচনী আৰু ‘আসাম এক্সপ্ৰেছ’ নামৰ দৈনিক কাকত সম্পাদনা কৰছিল। তেওঁৰ সাহিত্যিক সষ্টিসমূহৰ ভিতৰত উল্লেখ উল্লেখযোগ্যবোৰ হ’ল- বালিচন্দা, আধুনিক সাহিত্য, এই […]

Read More