ডিম্বেশ্বৰ নেওগ।Dimbeshwar Neog। Dimbeshbar Neog

ডিম্বেশ্বৰ নেওগ–চমু পৰিচয় ডিম্বেশ্বৰ নেওগ (১৮৯৯-১৯৬৬) এজন অসমীয়া কবি, সমালোচক, গৱেষক আৰু বুৰঞ্জী প্ৰণেতা আছিল। তেওঁৰ জন্ম হয় শিৱসাগৰৰ কমাৰফদীয়া গাওঁত। পিতৃৰ নাম মানিক চন্দ্ৰ নেওগ। শিৱসাগৰত স্কুলীয়া শিক্ষা সাং কৰি কটন কলেজৰ পৰা বি. এছ. ছি. পাছ কৰি চৰকাৰী স্কুলৰ শিক্ষক হয়। পাছলৈ এম. এ.  আৰু বি. টি. পাছ কৰি বিভিন্ন ঠাইত শিক্ষকতা কৰি যোৰহাটৰ পৰা অৱসৰ লয়। কলেজীয়া সময়ৰ পৰাই ‘বাঁহী’ আলোচনীত কবিতা আৰু প্ৰৱন্ধ লিখিবলৈ লয় । […]

Read More