ৰথীন্দ্ৰনাথ গোস্বামী।Rathindranath Goshwami

ৰথীন্দ্ৰনাথ গোস্বামী–চমু পৰিচয় ৰথীন্দ্ৰনাথ গোস্বামী (১৯৬৭- ) এজন অসমীয়া প্ৰৱন্ধ সাহিত্য লেখক।  তেওঁৰ জন্ম হয় যোৰহাটত। কটন কলেজৰ পৰা ১৯৮৭ চনত ভূতত্ত্ব বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে  যোগদান কৰি চাকৰি জীৱন আৰম্ভ কৰে যদিও পিছত এই পদৰ পৰা ইস্তফা দি তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ভূতাত্ত্বিক হিচাপে  যোগদান কৰে। চাকৰি জীৱনৰ ব্যস্ততাৰ মজেদি তেওঁ বহু কেইখন গ্ৰন্থ ৰচনা কৰিছে। তেওঁৰ ৰচনাৰ […]

Read More