উপেন্দ্র চন্দ্ৰ লেখাৰু। Upendra Chandra Lekahru

উপেন্দ্র  চন্দ্ৰ লেখাৰু –চমু পৰিচয় উপেন্দ্র চন্দ্ৰ লেখাৰু (১৯০৫-১৯৭৯) আছিল এজন অসমীয়া বৈষ্ণৱ সাহিত্যৰ অন্যতম পণ্ডিত। তেওঁ ‘অসমীয়া’ বিষয়ৰ উপৰিও ‘বাংলা’ বিষয়তো এম. এ. ডিগ্ৰী লাভ কৰিছিল। শিক্ষা শেষ কৰি পোন  প্ৰথমতে উত্তৰ  গুৱাহাটীৰ কমলদেৱ হাই স্কুলত শিক্ষকতা কৰিবলৈ লয়। পাছত কটন কলেজৰ অসমীয়া বিভাগত সুদীৰ্ঘকাল অধ্যাপনা কৰি বিভাগীয় মূৰব্বী  হিচাপে অৱসৰ গ্ৰহণ কৰে। উপেন্দ্র চন্দ্ৰ লেখাৰুদেৱে সম্পাদনা কৰা বৃহৎ কলেবৰৰ ‘কথা-গুৰু-চৰিত’ অসমীয়া সাহিত্যৰ এক মূল্যৱান সম্পদ। ‘অসমীয়া ৰামায়ণ সাহিত্য’, অসমীয়া […]

Read More