লক্ষ্মীনাথ বেজবৰুৱা।Lakhminath Bejbaruah। Laxminath Bezbaruah

লক্ষ্মীনাথ  বেজবৰুৱা–চমু পৰিচয় লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) হৈছে বহুমূখী প্ৰতিভাধাৰী এজন অসমীয়া সাহিত্যিক। তেওঁৰ জন্ম হয় অবিভক্ত নগাঁও জিলাৰ আঁহতগুৰিত। তেওঁ শিৱসাগৰ চৰকাৰী হাইস্কুলৰ পৰা ১৮৮৬ চনত এন্ট্রেঞ্চ পৰীক্ষাত উত্তীর্ণ  হৈ কলিকতালৈ উচ্চ শিক্ষা লাভ কৰিবলৈ যায়। ১৮৯১ চনত বংগদেশৰ বিখ্যাত ঠাকুৰ পৰিয়ালৰ কন্যা প্ৰজ্ঞাসুন্দৰীৰ লগত তেওঁ বিবাহ পাশত আবদ্ধ হয়।  লক্ষ্মীনাথ বেজবৰুৱা আধুনিক সাহিত্যৰ যুগনায়ক। ‘জোনাকী’ আলোচনীৰ যোগেদি অসমীয়া সাহিত্যলৈ তেখেতে নৱন্যাসৰ ধল প্ৰৱাহিত কৰে।  ‘জোনাকী’ৰ পাততে তেওঁৰ ধেমেলীয়া নাটক […]

Read More