এম ইব্ৰাহিম আলি । M Ibrahim Ali

এম ইব্ৰাহিম আলি–চমু পৰিচয় এম ইব্ৰাহিম আলি (১৮১৭-১৯৭৫) আছিল অসমৰ এজন শিক্ষাবিদ আৰু সাহিত্যিক। তেওঁৰ জন্ম হয় ছিপাঝাৰৰ ওচৰৰ শিঙিমাৰী গাঁৱত। পিতৃ হ’ল মৰহুম আবিদ আলি আৰু মাতৃ আমিনা খাতুন। মঙলদৈ হাই স্কুলৰ  অষ্টম শ্ৰেণীলৈকে পঢ়ি যোৰহাট নৰ্মাল স্কুলত নাম লগায়। পাছত প্ৰাইভেট পৰীক্ষাৰ্থী হিচাপে এম. এ. ডিগ্ৰী লাভ কৰে। তেওঁৰ কৰ্মজীৱনো বিচিত্ৰ। শিক্ষক, বিদ্যালয়ৰ  উপ-পৰিদৰ্শক, সৈন্য বাহিনীৰ চাকৰি আদি নানা কৰ্মক্ষেত্ৰৰ সৈতে জড়িত। এম ইব্ৰাহিম আলিয়ে  কবিতা, জীৱনী, উপন্যাস, শিশু-উপন্যাস […]

Read More