লাগি থাকিলে মাগি নাখায় — ভাব সম্প্রসাৰণ

লাগি থাকিলে মাগি নাখায় — ভাব সম্প্রসাৰণ একান্তভাৱে লাগি থাকিলে যে আমি যিকোনো কামতে সফল হ’ব পাৰো তাক বুজাবলৈ অসমীয়া ভাষাত উক্ত প্ৰৱচনটো সততে উদ্ধৃত কৰা হয়। মানুহে জীৱনত সফলতা বিচাৰে। সফলতা কৰ্মৰ লগত জড়িত। কাৰণ কাম কৰিলেহে জীৱনত সফলতা লাভ কৰিব পাৰি। কামত সফলতা লাভ কৰাৰ বাবে কামটোত একান্তভাৱে লাগি থাকিব লাগিব। উদাহৰণস্বৰুপে এজন গায়ক বা এজন লিখকে নিজকে প্রতিষ্ঠিত কৰিবলৈ হ’লে অবিৰতভাৱে চৰ্চা চলাই থাকিব লাগিব। চৰ্চা অৰ্থাৎ […]

Read More

বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত  কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে — ভাব সম্প্ৰসাৰণ

বিদ্যা মানৱ মনৰ দীপ্তি, তাৰ ৰশ্মিৰ পোহৰত  কাম কৰি মানুহে ধন, মান আৰু যশস্যা লাভ কৰে — ভাব সম্প্ৰসাৰণ  উক্ত কথাফাঁকিৰ জৰিয়তে বিদ্যা লাভ কৰাৰ গুৰুত্ব তথা তাৎপৰ্যৰ বিষয়ে কোৱা হৈছে। মানুহে জন্মৰ সময়তে ধন, মান, প্ৰতিভা বা যশস্যা লৈ জন্ম গ্ৰহণ নকৰে। এইবোৰ মানুহে অৰ্জনহে কৰিব লাগে। ধন, মান, যশস্যা আদি লাভ কৰাৰ মূলতে হৈছে বিদ্যা। বিদ্যাৰ দ্বাৰা  মানুহে নিজৰ প্ৰতিভা বিকাশ আৰু প্ৰকাশ কৰিবলৈ সক্ষম হয়। বিদ্যাই মানুহৰ কৰ্মকুশলতা বৃদ্ধি কৰে।  বিদ্যাই মানুহক […]

Read More

সিদ্ধি নহলে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি —ভাব সম্প্ৰসাৰণ

সিদ্ধি নহ’লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি —ভাব সম্প্ৰসাৰণ।  আমি কৰিবলৈ লোৱা কামৰ কিছুমান সহজ আৰু কিছুমান কঠিন বা  পৰিশ্ৰমসাধ্য। সহজ কামবোৰ  সকলোৱে কৰিব পাৰে। কিন্তু জীৱনত সফলতা পাবলৈ হ’লে আমি কঠিন বুলি ভবা কামো কৰিব লাগিব।  আমাৰ মাজত এনে বহুতো লোক আছে যিসকলে এবাৰত কোনো কামত সফল হ’ব নোৱাৰিলে কামটো এৰি দি হাত সাবটি বহি থাকে। ফলত সি সফলতাৰ মুখ দেখিব নোৱাৰে। কঠিন বুলি কাম এৰি দিয়াটো হৈছে চঞ্চল মানুহৰ ৰীতি।  […]

Read More