আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা — ভাব সম্প্রসাৰণ

 আদাক দেখি উঠিল গা কেতুৰীয়ে বোলে মোকো খা। অসমীয়া ভাষাত সচৰাচৰ ব্যৱহাৰ হোৱা এইটো এটা উল্লেখযোগ্য প্ৰবচন। নিজৰ সামৰ্থৰ কথা উপলব্ধি নকৰি নিজক জহাবলৈ যোৱা মানুহক সাধাৰণতে উপলুঙা বা তিৰস্কাৰ কৰিবলৈ অসমীয়া ভাষাত এই প্ৰবচনটো ব্যৱহাৰ কৰা হয়। আদা হৈছে নানান ঔষধী গুণেৰে পৰিপূৰ্ণ হজমকাৰী উপকাৰী বস্তু। ইয়াক আঞ্জা আৰু অন্যান্য খোৱা বস্তুৰ লগত খোৱা হয়। কিন্তু কেতুৰী একজাতীয় বস্তু হ’লেও ই মানুহৰ খাদ্য নহয় আৰু ই কোনো কামতো নালাগে।  আদাক […]

Read More