জ্যোতিপ্ৰসাদ আগৰৱালা।Joytiprashad Agrawala

জ্যোতিপ্রসাদ  আগৰৱালা–চমু পৰিচয় জ্যোতিপ্ৰসাদ আগৰৱালা (১৯০৩- ১৯৫১) হৈছে অসমৰ এজন প্ৰখ্যাত সংজ্ঞীতজ্ঞ, কবি, বোলছবি পৰিচালক, নাট্যকাৰ আৰু স্বাধীনতা বিপ্লবী। জ্যোতিপ্ৰসাদ আগৰৱালৰ জন্ম হয় ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত। তেওঁৰ পিতৃৰ নাম আছিল পৰমানন্দ আগৰৱালা আৰু মাতৃৰ নাম আছিল কিৰণময়ী আগৰৱালা।  তেওঁ অসমতে হাইস্কুলীয়া শিক্ষা শেষ কৰি ১৯২৬ চনত ইংলণ্ডলৈ যায় যদিও কেনো ডিগ্ৰী নোলোৱাকৈ উভতি আহে। তাৰ পিছত তেওঁ জাৰ্মানীলৈ গৈ কথাছবি পৰিচালনা আৰু প্ৰযোজনা বিষয়ত প্ৰশিক্ষণ  লয়। তেওঁ অসমলৈ উভতি […]

Read More