হৰেকৃষ্ণ ডেকা।Harekrishna Deka

হৰেকৃষ্ণ ডেকা–চমু পৰিচয় হৰেকৃষ্ণ ডেকা (১৯৪৩ -) এজন অসমীয়া কবি, আলোচনী সম্পাদক আৰু গল্পকাৰ। তেওঁৰ জন্ম হয় তিনিচুকীয়াত। ১৯৬৫ চনত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম. এ. পাছ কৰি গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰে আৰু পাছত প্ৰশাসনীয় সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে  অৱসৰ গ্ৰহণ কৰে। তেওঁ কিছুদিন The Sentinel আৰু ‘গৰিয়সী’ আলোচনী সম্পাদনা কৰিছিল। চাকৰি জীৱনৰ ব্যস্ততাৰ মাজতে তেওঁ সময় উলিয়াই সাহিত্য চৰ্চা কৰি কেইবাখনো পুথি ৰচনা কৰে। […]

Read More