জীনা বৰুৱা।Jina Baruah

জীনা বৰুৱা–চমু পৰিচয় জীনা বৰুৱা (১৯৬০- খ্ৰীঃ) এজনী অসমীয়া গল্পকাৰ আৰু কবি। গোলাঘাট জিলাত তাইৰ জন্ম হয় । গোলাঘাটত স্কুলীয়া শিক্ষা লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা এম. এ. ডিগ্ৰী লৈ শিক্ষকতা বৃত্তি  গ্ৰহণ কৰে। বৰ্তমানলৈ তাইৰ প্ৰকাশিত পুথিসমূহ হ’ল- অভিমান, বন্ধন, (গল্প সংকলন), সুন্দৰ মনৰ প্ৰেৰণা  ইত্যাদি।

Read More