তীৰ্থনাথ শৰ্মা। Tirthanath Sharma

তীৰ্থনাথ শৰ্মা–চমু পৰিচয়  তীৰ্থনাথ শৰ্মা (১৯১১-১৯৮৬) অসমৰ এজন বিশিষ্ট শিক্ষাবিদ, গল্পকাৰ, কবি আৰু প্ৰৱন্ধকাৰ । পেশাত তেওঁ আছিল এজন অধ্যাপক আৰু গুৱাহাটীৰ প্ৰাগজ্যোতিষ কলেজৰ প্রতিষ্ঠাপক অধ্যক্ষ । অসমীয়া সাহিত্য জগতলৈ তেওঁ বিভিন্ন অৱদান আগবঢ়াইছে। তেওঁৰ বিবিধ বিষয়ৰ আলোচনা গ্রন্থবোৰ হ’ল – মহাত্মাৰ বাণী, গান্ধীৰ শিক্ষাসাৰ, পঞ্চপুষ্প, ভক্তিবাদ, আউনীআটী সত্ৰৰ বুৰঞ্জী, ঝান্সীৰ ৰাণী, বেনুধৰ শৰ্মাৰ জীৱনী আদি। তেওঁ সংকলন কৰা গ্রন্থবোৰ  হ’ল- প্ৰৱেশিক্ষা কথা চানেকী, সাহিত্য সংগ্ৰহ, আৰু চানেকী পাঠ । ‘কামসেন্দুৰ’ নামৰ কবিতা পুথি  এখনো তেওঁ […]

Read More