গৰু। গৰু ৰচনা

গৰু আৰম্ভিণি: গৰু এবিধ চাৰিঠেঙীয়া জন্তু। গৰু পৃথিৱীৰ প্ৰায় সকলোবোৰ  দেশতে পোৱা যায় ।  প্ৰায় প্ৰতিটো কৃষক পৰিয়ালেই গৰু পোহে । কিছুমান দেশত বনৰীয়া গৰুও পোৱা  যায়। বিৱৰণ: গৰুৰ দুটা চকু, দুটা কাণ, আৰু মূৰৰ ওপৰত দুটা শিং আছে। ইয়াৰ এডাল ডাঙৰ  নেজো আছে। ইয়াৰ দ্বাৰা ই মহ- মাখি খেদায়। ইয়াৰ খুৰাবোৰ  ফটা। ইয়াৰ গোটেই শৰীৰত মিহি নোম আছে। গৰু বিভিন্ন বৰণৰ আছে, যথা: বগা, কলা, ৰঙা, পখৰা, কজলা আদি। খাদ্য: গৰুৱে সাধাৰণতে ঘাঁহ, খেৰ, গছৰ […]

Read More