সিদ্ধি নহলে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি —ভাব সম্প্ৰসাৰণ

সিদ্ধি নহ’লে কাম এৰি দিয়া চঞ্চল মানুহৰ ৰীতি —ভাব সম্প্ৰসাৰণ।  আমি কৰিবলৈ লোৱা কামৰ কিছুমান সহজ আৰু কিছুমান কঠিন বা  পৰিশ্ৰমসাধ্য। সহজ কামবোৰ  সকলোৱে কৰিব পাৰে। কিন্তু জীৱনত সফলতা পাবলৈ হ’লে আমি কঠিন বুলি ভবা কামো কৰিব লাগিব।  আমাৰ মাজত এনে বহুতো লোক আছে যিসকলে এবাৰত কোনো কামত সফল হ’ব নোৱাৰিলে কামটো এৰি দি হাত সাবটি বহি থাকে। ফলত সি সফলতাৰ মুখ দেখিব নোৱাৰে। কঠিন বুলি কাম এৰি দিয়াটো হৈছে চঞ্চল মানুহৰ ৰীতি।  […]

Read More