অনুৰাধা শৰ্মা পূজাৰী । Anuradha Sharma Pujari

অনুৰাধা শৰ্মা পূজাৰী–চমু পৰিচয় অনুৰাধা শৰ্মা পূজাৰী অসমৰ এগৰাকী বিশিষ্ট ঔপন্যাসিক, গল্পকাৰ, সাংবাদিক, শিক্ষাবিদ আৰু আলোচনী সম্পাদক। তাইৰ জন্ম হয় ১৯৬৪ চনত যোৰহাটত। তাই  যোৰহাটতে প্ৰাথমিক শিক্ষা লাভ কৰি যোৰহাটৰ দেৱীচৰণ বৰুৱা মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। পিছত তাই সমাজশাস্ত্ৰ বিষয়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি কলিকতাৰ বিৰলা ইনষ্টিটিউট অৱ লিবাৰেল আৰ্টচ এণ্ড মেনেজমেন্টত সাংবাদিকতাৰ ডিপ্লমা লয়। অনুৰাধা শৰ্মা পূজাৰীয়ে পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ […]

Read More