অসমৰ চাহ উদ্যোগ কুইজ। Assam Tea Industry Quiz

অসমৰ চাহ উদ্যোগ কুইজ    প্রঃ অসমত কেতিয়া চাহৰ আৱিষ্কাৰ হয় ? উঃ ১৮২৩ চনত। প্রঃ চাহৰ বৈজ্ঞানিক নাম কি ? উঃ কেমেলিয়া চিনেনচিছ। প্রঃ  চাৰ আলেকজেণ্ডাৰ ব্রুচ চাহাবে কোন জনজাতিৰ লোকসকলৰ পৰা অসমত চাহৰ অৱস্থিতি  জানিব পাৰিছিল ? উঃ চিংফৌসকলৰ পৰা। প্রঃ  অসমীয়া চাহৰ পিতৃস্বৰূপ কোন ? উঃ চাৰ আলেকজেণ্ডাৰ ব্রুচ । প্রঃ ‘ফিনাপ’ কি ? উঃ চিংফৌসকলে চাহ পাতৰ পৰা তৈয়াৰ কৰা এবিধ পানীয়ক ‘ফিনাপ’ বুলি কোৱা হয় ? প্রঃ  অসমত বছৰি […]

Read More