নীলমণি ফুকন।Nilmoni Phukan

নীলমণি ফুকন–চমু পৰিচয় নীলমণি ফুকন (১৮৮০-১৯৭৮) এজন অসমীয়া কবি, বলিষ্ঠ  গল্পলেখক আৰু এজন সুবক্তা আছিল। তেওঁৰ জন্ম ডিব্ৰুগড়ত। পিতৃৰ নাম লম্বোদৰ ফুকন। স্কুলীয়া শিক্ষা ডিব্ৰুগড়তেই সাং কৰি কোচবিহাৰ কলেজৰ পৰা বি. এ. পৰীক্ষা পাছ কৰে। তেখেত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘আলোচনী’ যোৰহাটৰ পৰা প্ৰকাশ পোৱা ‘সাদিনীয়া বাতৰি’ কাকত আৰু ‘দৈনিক বাতৰি’ৰ সম্পাদক আছিল। তেওঁ ডিব্ৰুগড়ৰ জৰ্জ স্কুলৰ শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰে। ভাষাৰ ওজস্বিতা ফুকনৰ গদ্যৰ বিশেষত্ব। তেওঁৰ উল্লেখযোগ্য কবিতা পুথিসমূহ […]

Read More