ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়া চিন দিয়ে —ভাব সম্প্ৰসাৰণ

ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ  চিন দিয়ে —ভাব সম্প্ৰসাৰণ ৰাগিয়ে মানুহৰ গাত চিৰৰুগীয়াৰ চিন দিয়ে। কাৰণ  ৰাগি কৰা মানুহৰ স্বভাৱ-চৰিত্ৰ সলনি হয়, খৰতকীয়া মানুহ ঢিমা হয়, তজবজীয়া মানুহ সোৰোপা হয়, জুৰ মানুহ খঙাল  হয়, সৰল মানুহ ছলাহী হয়, শান্ত মানুহ দুষ্ট হয়। সেয়ে বহু দিন ৰাগি কৰিলে মানুহৰ স্বভাৱ চৰিত্ৰত এনে কিছুমান লক্ষণে দেখা দিয়ে  যি অস্বাভাৱিক আৰু নিৰাময়ৰ অযোগ্য হয়। অৰ্থাৎ  মানুহ  ৰাগিৰ প্ৰভাৱত সজ বাটৰ পৰা পিছলি গৈ অসজ বাটত পৰি […]

Read More

যি মূলা বাঢ়ে তাৰ দুপাততে চিন —ভাব সম্প্ৰসাৰণ

যি মূলা বাঢ়ে তাৰ দুপাততে চিন —ভাব সম্প্ৰসাৰণ  অসমীয়া সমাজত সততে ব্যৱহাৰ কৰা ই এক ফকৰা যোজনা। সৰু কালতে যে ডাঙৰৰ ৰ লক্ষণ ফুটি উঠে সেয়া বুজাবলৈ উক্ত ফকৰা যোজনাটি মতা হয়।  মূলা এবিধ ভাল  পাচলি।ইয়াৰ শাক আৰু মূল দুয়ো খাব পাৰি। অসমীয়া মানুহে পাচলি হিচাপে ইয়াক খাবলৈ অতি ভাল পায়। সেয়ে বহুত কৃষকে ইয়াৰ খেতি কৰে। মূলাৰ বীজ সিঁচাৰ প্ৰায় পোন্ধৰ-বিশদিনৰ ভিতৰতে ই দুপতীয়া হয়। আমি লক্ষ্য কৰিলে দেখা পাম যে […]

Read More