মফিজুদ্দিন আহমদ হাজৰিকা।Mafizuddin Ahmad Hazarika

মফিজুদ্দিন আহমদ হাজৰিকা–চমু পৰিচয় মফিজুদ্দিন আহমদ হাজৰিকা (১৮৭০- ১৯৫৮) হৈছে অসমীয়া ভাষাৰ  প্ৰথম চুফীবাদী দাৰ্শনিক কবি। তেওঁৰ জন্ম হয় ডিব্ৰুগড়ত । ১৮৯৬ চনত তেওঁৰ প্ৰথম কবিতা পুথি ‘জ্ঞানমালিনী’ প্ৰকাশ পায়। এই কবিতাপুথিৰ বাবেই  মফিজুদ্দিন হাজৰিকা অসমীয়া সাহিত্য জগতত ‘জ্ঞানমালিনীৰ কবি’ ৰূপে জনাজাত। ‘জ্ঞানমালিনী’ কাব্যপুথিৰ কবিতাসমূহ আধ্যাত্মিক ভাৱেৰে পুষ্ট। অসমীয়া ভাষাত তেওঁৰ কবিতাত  পোন প্ৰথমতে চুফী ভাবধাৰা প্ৰকাশ পায়। তেওঁৰ ৰচনা কৰা কবিতাৰ সংখ্যা তাকৰ। মৰণোত্তৰভাবে তেওঁৰ অপ্ৰকাশিত কবিতাসমূহ গোটাই ‘তত্ত্ব-পাৰিজাত’ […]

Read More