কবিৰাজ চক্রৱৰ্তী। Kabiraj Chakrabarti

কবিৰাজ চক্রৱৰ্তী- চমু পৰিচয় কবিৰাজ চক্রৱৰ্তী অষ্টাদশ শতিকাৰ এজন অসমীয়া কবি। কবিৰাজ চক্রৱৰ্তীয়ে ৰচনা কৰা ‘শকুন্তলা’ কাব্যত আত্ম পৰিচয় দিয়ে এই বুলি যে তেওঁ আহোম ৰজাসকলৰ সভা কবিসকলৰ ভিতৰত শ্রেষ্ঠ । তেওঁ আত্ম বিবৃতিত কন্বমুনিৰ বংশজাত বুলি উল্লেখ কৰিছে। তেওঁৰ পিতাকৰ নাম আছিল ৰমানন্দ আৰু মাতৃৰ নাম আছিল গোবিন্দ প্ৰিয়া। আত্ম বিবৃতিৰ এঠাইত তেওঁ নিজকে ‘বিষ্ণুৰ কিঙ্কৰ’ বুলি অভিহিত কৰিছে। ইয়াৰ পৰা জানিব পৰা যায় যে তেওঁ বিষ্ণুভক্ত ব্রাহ্মণ  আছিল। […]

Read More