ভবেন্দ্ৰনাথ শইকীয়া।Bhabendranth Saikia

ভবেন্দ্ৰনাথ শইকীয়া–চমু পৰিচয় ড০ ভবেন্দ্ৰনাথ শইকীয়া (১৯৩২-২০০৩) অসমৰ এজন বিশিষ্ট গল্পকাৰ, শিশু-সাহিত্যিক, আলোচনী সম্পাদক আৰু চলচ্চিত্ৰ নিৰ্মাতা । তেওঁৰ জন্ম হয় নগাঁৱত। ১৯৪৮ চনত সুখ্যাতিৰে প্রৱেশিক্ষা পৰীক্ষাত উত্তীর্ণ  হৈ কটন কলেজ আৰু  গুৱাহীটী বিশ্ববিদ্যালয়ৰ পৰা ইন্টাৰমিডিয়েট আৰু স্নাতক উত্তৰ ডিগ্ৰি লাভ কৰে। ইয়াৰ পিছত ভবেন্দ্ৰনাথ শইকীয়াই লণ্ডণ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট  আৰু লণ্ডণ ইস্পিৰিয়েল কলেজৰ পৰা টেকন’লজিৰ ডিপ্লমা লাভ কৰে। বিজ্ঞানৰ ছাত্ৰ শইকীয়াই সৃষ্টিশীল ৰচনাসমূহৰ যোগেদি জনপ্ৰিয়তা অৰ্জন কৰে। তেওঁৰ উল্লেখযোগ্য গল্প […]

Read More