দেৱকান্ত  বৰুৱা। Devakanta Baruah

দেৱকান্ত  বৰুৱা–চমু পৰিচয় দেৱকান্ত  বৰুৱা (১৯১৪-১৯৯৬) এজন অসমীয়া ৰমন্যাসবাদী কবি, ৰাজনীতিবিদ আৰু শিক্ষাবিদ আছিল। তেওঁৰ জন্ম হয় ডিব্রুগড়ত। তেওঁ কাশী বিশ্ববিদ্যালয়ৰ পৰা বি. এ. আৰু বি. এল পাছ¸ কৰে। ১৯৩১ চনত আইন অমান্য আন্দোলনত যোগদান কৰি ছমাহ কাৰাবাস খাটে। পিছলৈ  ৰাজনীতিত প্ৰৱেশ কৰি লোকসভালৈ নিৰ্বাচিত হয়। লগতে ১৯৭০ চনত বিহাৰৰ ৰাজ্যপাল আৰু ১৯৭২ চনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে  কাৰ্যনিৰ্বাহ কৰে। ৰাজনৈতিক ব্যক্তি  হোৱাৰ উপৰিও তেওঁ এজন কবি আৰু সাংবাদিক আছিল। তেওঁৰ […]

Read More