অসম ক্রীড়া তথ্য।Assam Sports Data

অসম ক্ৰীড়া তথ্য   প্রঃ  ‘খেল-ধেমালী’ বুলিলে কি বুজা ? উঃ শাৰীৰিক আৰু মানসিক ব্যায়াম আৰু আনন্দ উপভোগৰ বাবে কিছুমান নীতি-নিয়ম মানি চলি  সাধাৰণ সঁজুলিৰ সহায়ত  অংগ সঞ্চালন  কৰা কাৰ্যক ‘খেল-ধেমালী’ বোলে । প্রঃ  ‘অসম হকী এছ’চিয়েচন’ কিমান চনত সংগঠিত হৈছিল ? উঃ ১৯৫৫ চনত। প্রঃ    বৰদলৈ ট্ৰফী প্রতিযোগিতাৰ প্রথম সংস্কৰণত কেইটা দলে অংশ গ্ৰহণ কৰিছিল ? উঃ ১৬ টা। প্রঃ   অসমৰ ক’ত বৰশী বোৱাৰ এখন বাৰ্ষিক প্রতিযোগিতা অনুষ্ঠিত  হয় ? […]

Read More