অসমীয়া সাহিত্য কুইজ । Assamese Literature Quiz

অসমীয়া ভাষা আৰু সাহিত্য কুইজ     প্রঃ  অসমীয়া ভাষাৰ মূল ভাষা কি ?  উঃ সংস্কৃত। প্রঃ কেতিয়া অসমীয়া ভাষাৰ উদ্ভৱ হয় ? উঃ নৱম আৰু দশম শতিকাত। প্রঃ অসমীয়া ভাষা এক আৰ্যমূলীয় ভাষা হয়নে ? উঃ হয়। প্রঃ অসমীয়া ভাষাটো ভাৰতীয় কোন ভাষা গোষ্ঠীৰ অন্তর্গত ? উঃ আৰ্য ভাষা গোষ্ঠীৰ  অন্তৰ্গত। প্রঃ পশ্চিম অসমত অসমীয়া ভাষাটো কি সুকীয়া নামেৰে পৰিচিত ? উঃ কামৰূপী ভাষা। প্রঃ অসমীয়া ভাষা-সাহিত্যৰ পিতৃ বুলি কাক আখ্যা দিয়া হয় […]

Read More