শিয়াল

আল নোপোৱা  সূতাৰ আঁহৰ দৰে  একা- বেঁকা  পথটোৰে আগবাঢ়ি আহি আছে এজাক শিয়াল ভয়ত এস্তমান দুপৰীয়াৰ নক্ষত্ৰ নিস্তব্ধতাত ভাঙি পৰিছে কুঁৱলীৰ কোলাহল। শিয়াল দুটি বৈদেশিকভাবে  স্বদেশী  সিহঁতে হোঁৱা নিদিয়ে গাহৰিৰ দৰে ‘গো’ ‘গো’ শব্দ সিহঁতৰ সহজাত সম্পদ । নতুন পৃথিৱীৰ শেহতীয়া মডেলৰ কোট  আৰু বাদামী ৰং সনা নোম সিহঁতৰ সিহঁতৰ মুখত কিছুমান অত্যাধুনিক ফুচফুচনি বালডাক, নিপ্পোন কোম্পানীৰ চচমা নাকত পিন্ধিছে। সিহঁতৰ  চকু চাৰিটা মৰাশ সিহঁতে নাখায় সিহঁত নৰৰক্ত পিপাসু সিংহৰ হেনো বংশধৰ […]

Read More