ভিন ভিন ক্ষেত্ৰত প্রথম অসমীয়া মহিলা । First Assamese Women in Different Fields

ভিন ভিন ক্ষেত্ৰত প্রথম অসমীয়া মহিলা   বিষয় (ক্ষেত্র) ………………….. ব্যক্তি ইংলণ্ডত চিকিৎসা শিক্ষা লাভ কৰা প্ৰথম মহিলা …….. নিৰ্মল প্ৰভা চলিহা। প্ৰথম এম. বি. পাছ মহিলা …….. ৰজনী প্ৰভা শইকীয়া। অৰ্জুন বঁটা লাভ কৰোঁতা প্ৰথম মহিলা ……..  মনালিছা বৰুৱা (১৯৮৭) ক্ষুদ্ৰ উদ্যোগিক ৰাষ্ট্ৰীয় বঁটা লাভ কৰোঁতা ……..  নিৰুপমা বৰুৱা (১৯৯৩)। কথা পুৰস্কাৰ বঁটা লাভ কৰোঁতা  ……..  মামণি ৰয়চম গোস্বামী (১৯৯৩)। অসমৰ প্ৰথম মহিলা গ্ৰেজুৱেট ……..  সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা। […]

Read More