অসমীয়া কবি-সাহিত্যিকসকলৰ ছদ্ম নাম । Pseudonyms of Assamese Writers

অসমীয়া কবি-সাহিত্যিকসকলৰ ছদ্ম নাম   প্রকৃত নাম ………………. ছদ্ম নাম অতুল চন্দ্ৰ হাজৰিকা ………. চিত্ৰ দাস পাৰ্বতী প্ৰসাদ বৰুৱা ………. হয়ভৰ অভয়পুৰী লক্ষ্মীনাথ বেজবৰুৱা ………. কৃপাবৰ বৰুৱা বিনন্দ চন্দ্ৰ শৰ্মা ………. কেৰপাই শৰ্মা। সূৰ্য কুমাৰ ভূঞা ………. ভানুনন্দন  ৰজনীকান্ত বৰদলৈে ………. ভোলাই শৰ্মা বাণীকান্ত কাকতি ………. ভৱানন্দ পাঠক ভূৱন মোহন বৰুৱা ………. কাঞ্চন বৰুৱা মহেশ চন্দ্ৰ দেৱ গোস্বামী ………. কুমাৰ শ্ৰীমধুসূদন কিশোৰী মোহন শৰ্মা ………. কুমাৰ কিশোৰ গুণাভিৰাম বৰুৱা ………. […]

Read More