চাইকেল

চাইকেল চাইকেল হৈছে এবিধ ভৰিৰে চলোৱা দুচকীয়া বাহন। পৃথিবীৰ লাখ লাখ মানুহে চাইকেল ব্যৱহাৰ কৰে।  মানুহে চাইকেলৰ দ্বাৰা ভৰিৰে খোজকাঢ়ি  যোৱাতকৈ বেছি সোনকালে এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ কৰিব পাৰে । ইয়াৰ উপৰিও, অন্যান্য বাহনৰ তুলনাত চাইকেলেৰে ভ্ৰমণ কৰাটো কম খৰচী আৰু স্বাস্থ্যকৰ। কমপটে ডি চিভাৰাক নামেৰে ফ্ৰান্সৰ এজন মানুহে প্ৰথমতে দুচকাৰ কাঠৰ বাহন তৈয়াৰ কৰিছিল। ইয়াৰ কোনো পেডেল নাছিল। মানুহে ইয়াৰ ওপৰত  ঘোঁৰাত উঠাৰ দৰে  উঠি বেগেৰে যাব পাৰিছিল। কিন্তু সকলোৰে […]

Read More