ৰসায়ন বিজ্ঞান কুইজ। Chemistry Quiz

ৰসায়ন বিজ্ঞান কুইজ    প্রঃ পৃথিৱীত এতিয়ালৈকে কিমানবিধ মৌল আৱিষ্কাৰ হৈছে ? উঃ ১১৮ বিধ। প্রঃ পৰমাণুবাদ সূত্ৰৰ আৱিষ্কাৰ কোনে কৰিছিল ? উঃ জন ডেল্টন। প্রঃ পৰমাণুৰ কোনটো উপাদান (কণিকাই) পৰমাণুৰ আকাৰ নিৰ্ণয় কৰে ? উঃ ইলেক্ট্রন । প্রঃ আটাইতকৈ গধুৰ মৌলবিধ কি ? উঃ ইউৰেনিয়াম। প্রঃ পৃথিৱীৰ খোলাটোত সৰ্বাধিক পৰিমাণে উপলব্ধ ধাতুটোৰ নাম কি ? উঃ এলুমিনিয়াম। প্রঃ কোনবিধ গেছক নিক্ৰিয় গেছ বুলি কোৱা হয় ? উঃ আৰ্গন গেছক। […]

Read More