অসমীয়া চলচিত্ৰ কুইজ।Assamese Cinema Quiz

অসমীয়া চলচিত্ৰ কুইজ    প্রঃ অসমীয়া ছবিজগতৰ পিতৃস্বৰূপ কোন ? উঃ জ্যোতি প্ৰসাদ আগৰৱালা। প্রঃ প্রথম অসমীয়া চলচিত্ৰ স্টুডিঅ’ ৰ নাম কি ? উঃ তেজপুৰত ১৯৩৪ চনত প্রতিষ্ঠিত  ‘চিত্ৰবন’। প্রঃ অসমৰ প্রথম বোলছবি কোনখন ? উঃ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘জয়মতী’ (১৯৩৫ চন)। প্রঃ প্রথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ডৰ শিল্পী  কোন ? উঃ প্ৰফুল্ল চন্দ্ৰ বৰুৱা। প্রঃ প্রথম অসমীয়া উৎকণ্ঠাধৰ্মী চলচিত্ৰ কোনখন ? উঃ ড০ বেজবৰুৱা। প্রঃ ‘জয়মতী’ চলচিত্ৰত জয়মতীৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল ? উঃ আইদেউ […]

Read More