অসম সংস্কৃতি কুইজ। Assam Culture Quiz

অসম সংস্কৃতি কুইজ   প্রঃ  ধৰ্ম বুলিলে কি বুজা ? উঃ ধৰ্ম হৈছে দৈৱ অনুপ্ৰাণিত ব্যক্তি বিশেষৰ  দ্বাৰা প্ৰনয়ণ কৰা এক জীৱন পদ্ধতি। প্রঃ ‘পঞ্চতীৰ্থ’ কি ? উঃ গুৱাহাটী মহানগৰত থকা পাঁচোটা মন্দিৰ যথা- কামাখ্যা, উমানন্দ, নৱগ্ৰহ, উগ্ৰতৰা আৰু অশ্বক্লান্ত মন্দিৰক একেলগে ‘পঞ্চতীর্থ’ বুলি কোৱা হয়। প্রঃ  গুৱাহাটীৰ কোন মন্দিৰ জনাৰ্দন দেৱালয়ৰ ওচৰত অৱস্থিত ? উঃ শুক্ৰেশ্বৰ মন্দিৰ। প্রঃ গোপেশ্বৰ  দেৱালয় ক’ত অৱস্থিত ? উঃ তেজপুৰত। প্রঃ  বিল্বেশ্বৰ দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত […]

Read More