ভাৰতৰ ধৰ্ম কুইজ। Indian Religion Quiz

ভাৰতৰ ধৰ্ম, উৎসৱ, লোকাচাৰ কুইজ    প্রঃ  ভাৰতৰ প্রাচীনতম ধৰ্ম কি ? উঃ হিন্দু ধৰ্ম। প্রঃ  কোনটো উৎসৱক ভাৰতৰ জাতীয় উৎসৱ বুলি বিবেচনা কৰা হয় ? উঃ দূৰ্গোৎসৱ। প্রঃ দৌল উৎসৱক নামনি অসমত কি উৎসৱ বুলি কোৱা হয় ? উঃ হোলি উৎসৱ। প্রঃ ভাৰতত উদ্ভৱ হোৱা দুটি ধৰ্মৰ নাম কোৱা ? উঃ জৈন ধৰ্ম আৰু শিখ ধৰ্ম। প্রঃ শংকৰদেৱৰ জন্মোৎসৱ কেতিয়া পালন কৰা হয় ? উঃ আহিন মাহৰ পূৰ্ণিমা তিথিত। প্রঃ ভাৰতৰ কোনখন ঠাইত ‘দিলৱাৰা’ মন্দিৰ অৱস্থিত ? উঃ মাউন্ট আবুত। প্রঃ ভাৰতৰ […]

Read More